আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী(আই টি বি পি)-য়ে কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই টি বি পিত কনিষ্টবল নিযুক্তিৰ বাবে আবেদন আহ্বান

খালী পদৰ সংখ্যাঃ ৫১টা।

দৰমহাঃ মাহিলী ২১,৭০০ টকাৰ পৰা ৬৯, ১০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

সবিশেষ জানিবলৈ http://recruitment.itbpolice.nic.in/চাওক।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com