Begin typing your search above and press return to search.

চিকিত্সক আৰু আন পদত নিয়ুক্তি আই টি বি পিৰ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

চিকিত্সক আৰু আন পদত নিয়ুক্তি আই টি বি পিৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  12 Oct 2021 11:07 AM GMT

ইংগ তিব্বতী আৰক্ষী বাহিনীয়ে চিকিত্সক আৰু আন পদত নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

১) ছুপাৰ স্পেচিয়েলিষ্ট চিকিত্সা বিষয়া।

খালী পদৰ সংখ্যাঃ ৫টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী এম বি বি এছ অথবা সম-পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হবই লাগিব। তদুপৰি সংশ্লিষ্ট ৰাজ্যৰ চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিব লাগিব। সংশ্লিষ্ট বিষয়ত ডি এম ডিগ্ৰী থাকিবই লাগিব।

২) স্পেচিয়েলিষ্ট চিকিত্সা বিষয়া।

খালী পদৰ সংখ্যাঃ ২০১টা।

শিক্ষাগত অৰ্হতাঃ ভাৰতীয় চিকিত্সা পৰিষদ আইনৰ দ্বিতীয় খণ্ড বা প্ৰথম বা দ্বিতীয় সূচীৰ অধীনৰ এলোপেথিক চিকিত্সা গ্ৰহণ কৰা হব লাগিব।

৩) দন্ত চিকিত্সক।

খালী পদৰ সংখ্যাঃ ২টা।

শিক্ষাগত অৰ্হতাঃ ভাৰতীয় দন্ত চিকিত্সা আইনৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ডেণ্টেল ছাৰ্জাৰীৰ ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব।

চিকিত্সকঃ

খালী পদৰ সংখ্যাঃ ৩৪৫টা।

বয়সৰ সীমাঃ ৪০ বছৰ।

আবেদনৰ প্ৰক্ৰিয়াঃ অফলাইন বা অনলাইন।

ৱেবছাইটঃ itbpolice.nic.in

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৭ অক্টোবৰ।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



Next Story
চাকৰি