Begin typing your search above and press return to search.

যাদৱপুৰ বিশ্ববিদ্যালয়ত কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ)-ৰ পদ খালী

যাদৱপুৰ বিশ্ববিদ্যালয়ে কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

যাদৱপুৰ বিশ্ববিদ্যালয়ত কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ)-ৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Jan 2022 9:18 AM GMT


যাদৱপুৰ বিশ্ববিদ্যালয়ৰ বিষয়েঃ

যাদৱপুৰ বিশ্ববিদ্য়ালয়ৰ ইতিহাসৰ পাত লুটিয়ালে ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অধ্যায় লুটিয়াই চোৱা। ১৯০৫-০৬-ত বংগক ব্ৰিটিছে বিভাজন কৰিছিল। সেই সময় অস্থিৰ আছিল। ভাৰতবাসীয়ে ব্ৰিটিছৰ বিৰুদ্ধে জাগি উঠিছিল। পৰিৱৰ্তিত সময়ত শিক্ষাই এটা নতুন ভূমিকা পালন কৰে। ই এক নতুন প্ৰতিৰোধৰ ৰূপ লৈছিল। যাৰ জৰিয়তে জাতীয়তাবোধৰ স্পৃহা বৃদ্ধি কৰা হৈছিল। এই কথা সাৰোগত কৰিয়েই ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ ( এন চি ই) গঠন কৰা হয়।

যাদৱপুৰ বিশ্ববিদ্যালয়ৰ নিযুক্তি-২০২২ঃ

যাদৱপুৰ বিশ্ববিদ্যালয়ে কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়স, দৰমহা আদিৰ তথ্য তলত পাব।


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

জে আৰ এফ।

পদৰ সংখ্যা

০১টা।

দৰমহা

প্ৰতি মাহে ৩১ হেজাৰ টকা।

চাকৰিৰ স্থান

কলকাতা।

বয়সৰ সীমা

১ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩০ বছৰ।

কামৰ ম্যাদ

২ বছৰ।

আবেদনৰ মাচুল

নাই।

অন্তিম তাৰিখ

১৪ ফেব্ৰুৱাৰী, ২০২২।

ৱেবছাইট-

jaduniv.edu.in


শিক্ষাগত অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ন্যূনতম ৫৫ শতাংশ নম্বৰসহ পদাৰ্থ বিজ্ঞানৰ এম এছ চি।


আবেদনৰ প্ৰক্ৰিয়াঃ

প্ৰথমে অফিচিয়েল ৱেবছাইট jaduniv.edu.in চাওক আৰু আপুনি আবেদন কৰিবলগা নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

জে আৰ এফৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

যদি আপুনি যোগ্য, কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখৰ (১৪ ফেব্ৰুৱাৰী, -২০২২)-ৰ আগতে আবেদন পত্ৰ দাখিল কৰক




আৰু চাব পাৰে : আই.এ.চি.এছ. নিয়োগ ২০২২ - প্ৰকল্প সহায়ক খালী পদ



Next Story
চাকৰি