Begin typing your search above and press return to search.
জগজীৱন ৰাম পশ্চিম ৰেলৱে হাস্পতালত পদখালী
জগজীৱন ৰাম পশ্চিম ৰেলৱে হাস্পতালে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷

পদৰ নামঃ নাৰ্ছিং অধীক্ষক ৷
খালী পদৰ সংখ্যাঃ ১৬টা ৷
দৰমহাঃ ৪৪, ৯০০টকা ৷
চাকৰিৰ স্থানঃ মুম্বাই ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৯-২০২০৷
শিক্ষাগত অৰ্হতাঃ পঞ্জীয়নকৃত নাৰ্ছ আৰু মিডৱাইফ ৰূপে চাৰ্টিফিকেট থাকিব লাগিব ৷ জেনেৰল নাৰ্চিং পাঠ্যক্ৰমৰ শিক্ষা অথবা বি এছ চি নাৰ্চিং।
বয়সৰ সীমাঃ ২০-৪০বছৰ ৷ অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়স ৰেহাই পাব ৷
আবেদনৰ নিয়মঃ http://203.153.40.19/bct(ekarmik)-ৰ জৰিয়তে আবেদন কৰিব পাৰিব।
Next Story