জয়ন্তী কণ্ট্ৰেক্টৰ এণ্ড ইঞ্জিনীয়াৰ্ছ লিমিটেডত অভিযন্তা নিযুক্তি

জয়ন্তী কণ্ট্ৰেক্টৰ এণ্ড ইঞ্জিনীয়াৰ্ছ লিমিটেডে নিম্নোক্ত অভিযন্তা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
জয়ন্তী কণ্ট্ৰেক্টৰ এণ্ড ইঞ্জিনীয়াৰ্ছ লিমিটেডত অভিযন্তা নিযুক্তি
Published on

পদসমূহঃ

প্ৰকল্প সহায়কাৰী, খালী পদৰ সংখ্যাঃ ০৪ টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা থাকিব লাগিব। তদুপৰি পথ আৰু দলং প্ৰকল্পৰ কামত ০-২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

প্ৰকল্প মুৰব্বী, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ অসম অভিযান্ত্ৰিক কলেজৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ বি ই ডিগ্ৰী। তদুপৰি পথ আৰু দলঙৰ প্ৰকল্পৰ কামত ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৬-২০২১।

আবেদন তথা বায়োডাটা jayanticontractors.ghy@qmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com