জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত কাৰ্যবাহী অভিযন্তাৰ পদখালী

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত কাৰ্যবাহী অভিযন্তাৰ পদখালী

পদৰ নাম-কাৰ্যবাহী অভিযন্তা ।

খালী পদ -১ টা ।

বয়স- ৫৬ বছৰ ।

দৰমহা দৰমহা স্তৰ-১১

আবেদনৰ অন্তিম তাৰিখ- ০৮/১০/২০২১

অৱস্থান -নতুন দিল্লী ।

চাকৰিৰ প্ৰকাৰ -ঠিকাভিত্তিত ।

শিক্ষাগত অৰ্হতা-স্বীকৃত প্ৰতিষ্ঠানএটাৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকৰ ডিগ্ৰী।

চিপিডব্লিউডি, পিডব্লিউডি, পি এণ্ড টি, ডিডিএ, বিএছএনএল, প্ৰসাৰ ভাৰতী আৰু এনডিএমচিত কাৰ্যবাহী অভিযন্তা (বৈদ্যুতিক) পদত কাম কৰি থকা ।

বা চিপিডব্লিউডি, পিডব্লিউডি, ডিডিএ বিএছএনএল, প্ৰসাৰ ভাৰতী আৰু এনডিএমচিত সহকাৰী অভিযন্তা (বৈদ্যুতিক) হিচাপে সাত বছৰৰ কামৰ অভিজ্ঞতা।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক । 

আৱেদনৰ হাৰ্ড কপি দাখিল কৰাৰ অন্তিম তাৰিখ হৈছে ০৮.১০.২০২১(সন্ধিয়া ৫ বজা) [যোগাযোগ: উপ পঞ্জীয়ক (প্ৰশাসন) টেলি: আবেদনৰ হাৰ্ডকপি দাখিলৰ বাবে ২৬৭০৪০০৮]

বাছনি প্ৰক্ৰিয়া-সাক্ষাৎকাৰ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com