Begin typing your search above and press return to search.
জে এন ইউত গৱেষণা সহযোগী নিয়ুক্তি
গৱেষণা সহযোগী নিয়ুক্তিৰ বাবে জে এন ইউৱে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৪৭হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ নতুন দিল্লী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৮-২০২০।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৫ বছৰতকৈ কম। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে চৰকাৰী নিয়মানুসৰি বয়স ৰেহাই পাব।
এই নিয়োগ উক্ত বিশ্ববিদ্যালয়ৰ জীৱন বিজ্ঞান(লাইফ ছায়েন্স) বিভাগত হ'ব। প্ৰাৰ্থী বাছনি লিখিত পৰীক্ষা/সাক্ষাত্কাৰৰ ভিত্তিত হ'ব।
আবেদনঃ সম্পূৰ্ণ ঠিকনা, বায়োডাটা আৰু শৈক্ষিক প্ৰমাণপত্ৰৰ ফটো বা স্কেন কপীসহ db@jnu.ac.inলৈ অহা ১১ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
ঠিকনাঃ Jawaharlal Nehru University Prof. Dwaipayan Bharadwaj School of Biotechnology, Jawaharlal Nehru University, New Delhi – 110067।
আৰু চাব পাৰেঃ এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে অ' এন জি চিৰ আবেদন আহ্বান
Next Story