Begin typing your search above and press return to search.

জৱাহৰ নবোদয় বিদ্যালয়ৰ সহকাৰী আয়ুক্ত আৰু হিচাপ পৰীক্ষক সহকাৰীৰ পদ খালী

জৱাহৰ নবোদয় বিদ্যালয়ে সহকাৰী আয়ুক্ত আৰু হিচাপ পৰীক্ষক সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

জৱাহৰ নবোদয় বিদ্যালয়ৰ সহকাৰী আয়ুক্ত আৰু হিচাপ পৰীক্ষক সহকাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 Jan 2022 7:53 AM GMT

জৱাহৰ নবোদয় বিদ্যালয়ৰ বিষয়েঃ

চৰকাৰী নীতি অনুসৰি দেশৰ প্ৰতিখন জিলাতে একোখনকৈ জৱাহৰ নবোদয় বিদ্যালয় স্থাপন কৰি হব। সেই অনুসৰি ২০১৬-১৭ত দেশৰ বিভিন্ন জিলাৰ বাবে ৬২ খন নতুন নবোদয় বিদ্যালয়ৰ অনুমোদন জনোৱা হয়। এইসমূহৰ উপৰি ১০খন আৰু জৱাহৰ নবোদয় বিদ্যালয় এছ চি আৰু এছ টি লোক অধ্যুষিত স্থানৰ বাবে অনুমোদন জনোৱা হৈছে। ইয়াৰ উপৰি মণিপুৰৰ সেনাপতি-২ আৰু উৰ্খুল -২ জিলাৰ লগতে মধ্য প্ৰদেশৰ ৰতলাম-২ জিলাৰ বাবে তিনিখন নৱোদয় বিদ্যালয়য়ৰ অনুমোদন জনোৱা হৈছে। ফলত মুঠ জৱাহাৰ নবোদয় বিদ্যালয়ৰ সংখ্যা ৬৬১খন হৈছে।

প্ৰত্যেক জৱাহৰ নবোদয় বিদ্যালয়তে সম্পূৰ্ণ আন্তঃগাঁথনি, উচ্চ মানৰ শ্ৰেণীকোঠা, পৰীক্ষাগাৰ আদি আছে। নবোদয় বিদ্যালয় স্থাপনৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰে ভূমি যোগান ধৰিব লাগে।

জৱাহৰ নবোদয় বিদ্যালয়ৰ নিযুক্তি-২০২২ঃ

জৱাহৰ নবোদয় বিদ্যালয়ে সহকাৰী আয়ুক্ত আৰু হিচাপ পৰীক্ষক সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

সহকাৰী আয়ুক্ত, হিচাপ পৰীক্ষক সহকাৰী

খালী পদ

১, ৯২৫টা।

দৰমহা

প্ৰতি মাহে ১৮ হেজাৰ টকাৰ পৰা ২, ০৯, ২০০ টকা।

বয়সৰ সীমা

১৪-০৯-২০২২-ত ১৮ বছৰৰ পৰা ৪৫ বছৰ।

চাকৰিৰ স্থান

ভাৰতৰ বিভিন্ন স্থানত।

আবেদন মাচুল

১,৫০০ টকা। পৰিশোধৰ পদ্ধতিঃ অফলাইন।

বাছনি প্ৰক্ৰিয়া

-

অন্তিম তাৰিখ

১০ ফেব্ৰুৱাৰী, ২০২২

ৱেবছাইট

navodaya.gov.in

শিক্ষাগত অৰ্হতা:

সহকাৰী আয়ুক্তঃ স্নাতকোত্তৰ ডিগ্ৰী।

হিচাপ পৰীক্ষক সহকাৰীঃ বি কম।

সহকাৰী আয়ুক্ত (প্ৰশাসন)ঃ স্নাতক।

মহিলা ষ্টাফ নাৰ্ছঃ দ্বাদশ, বি এছ চি (নাৰ্ছিং)।

সহকাৰী শাখা বিষয়াঃ স্নাতক।

হিচাপ পৰীক্ষক সহকাৰীঃ বি কম।

কনিষ্ঠ অনুবাদক বিষয়াঃ ডিপ্লমা বা স্নাতকোত্তৰ।

কনিষ্ঠ অভিযন্তা( চিৱিল)ঃ ডিপ্লমা / স্নাতক ( চিৱিল ইঞ্জিনীয়াৰিং)

কম্পিউটাৰ অপাৰেটৰ ঃ ডিপ্লমা বা ডিগ্ৰী।

এম টি এছঃ দশম শ্ৰেণী।

আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰত navodaya.gov.inজনাব পাৰিব।


আৰু চাব পাৰে :যাদৱপুৰ বিশ্ববিদ্যালয় নিযুক্তি ২০২২ - জুনিয়ৰ ৰিচাৰ্চ ফেলো খালী পদ


Next Story
চাকৰি