যোৰহাট ন্যায়পালিকাত মুখ্য প্ৰশাসনিক বিষয়াৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
যোৰহাট ন্যায়পালিকাত মুখ্য প্ৰশাসনিক বিষয়াৰ পদখালী
Published on: 

যোৰহাট ন্যায়পালিকাত, মুখ্য প্ৰশাসনীয় বিষয়াৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মুখ্য প্ৰশাসনীয় বিষয়া

খালী পদৰ সংখ্যা : উল্লেখিত নাই

বয়স : জিলা আৰু ছেছন ন্যায়াধীশ অসমৰ নিয়মাৱলী অনুসৰি

দৰমহা : ৩০,০০০/- টকা - ১,১০,০০০/- টকা, মাহিলী + GP ১৪,৫০০/- টকা

 নিযুক্তিৰ  স্থান : যোৰহাট, অসম

আবেদনৰ অন্তিম তাৰিখ : ৩১/১০/২০২১

ৱেবচাইট : http://www.jorhatjudiciary.gov.in/

অৰ্হতা :

এই পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী পূৰ্বে সংযোগী জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতত মুখ্য সহযোগীৰ পদত ৫বছৰৰ বাবে কৰ্মৰত হব লাগিব।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলে নিজ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি - পত্ৰ সহ জিলা আৰু সেশ্যন ন্যায়াধিশ দ্বাৰা সংস্কৰণ কৰা অভিজ্ঞতা মানপত্ৰ, দুখন পাছপৰ্ট ফটো সংলগ্ন কৰি, যোৰহাট ন্যায়পালিকা লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com