ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কনিষ্ঠ অভিযন্তাৰ পদখালী

চিভিল অভিযান্ত্ৰিক বিভাগত কণিষ্ঠ অভিযন্তাৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন দাখিলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কনিষ্ঠ অভিযন্তাৰ পদখালী

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমত কণিষ্ঠ অভিযন্তাৰ পদখালী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়ে:

ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈছে অসমৰ এখন আগশাৰীৰ কলেজিয়েট পাব্লিক ষ্টেট ইউনিভাৰ্ছিটি। অসম বিধানসভাৰ প্ৰবন্ধ অধিনিয়মৰ অন্তৰ্গত ডিব্ৰুগড় জিলাস্থিত এই বিশ্ববিদ্যালয় স্থাপিত কৰা হয় ১৯৬৪ চনত।

ডিব্ৰুগড় বিশ্ববিদ্যালয় চাকৰিৰ অধিসূচনা :

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিকল্পনা আৰু নিৰ্মাণ বিভাগত শেহতীয়াভাবে  চিভিল অভিযান্ত্ৰিক বিভাগত কণিষ্ঠ অভিযন্তাৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক আবেদন দাখিলৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে নিম্নোক্ত পদৰ বাবে অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব লাগিব।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

ডিব্ৰুগড় বিশ্ববিদ্যালয় পদ খালী

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কনিষ্ঠ অভিযন্তা

খালী পদৰ সংখ্যা

০৩টা

অৱস্থান

ডিব্ৰুগড়, অসম

বয়স

উল্লেখ নাই

দৰমহা

৩১,৪০০/- টকা ( প্ৰতি মাহে)।

অন্তিম তাৰিখ

২৬/১১/২০২১

আবেদন মাচুল

৩০০/- টকা

শিক্ষাগত অৰ্হতা :

চিভিল অভিযান্ত্ৰিক বিষয়ত ডিপ্লোমা

আকাংক্ষিত অৰ্হতা :

• ন্যূনতম ১বছৰীয়া প্ৰাসংগিক অভিজ্ঞতা

• AUTOCAD ৰ জ্ঞান

আবেদনৰ প্ৰক্ৰিয়া :

এই পদত আৱেদন দাখিল কৰিবৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দ্ধাৰিত পাঠ্যৰ ৰূপত পঞ্জীয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড় লৈ প্ৰয়োজনীয় নথি পত্ৰ তথা মণি ৰিচিপ্ত/ ডিমান্দ দ্ৰাফ্ট যোগে আৱেদন মাছুল পঞ্জীয়ক, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ডিব্ৰুগড়ৰ ঠিকনালৈ পাঞ্জাৱ নেচনেল বেংক, ডিব্ৰুগড় বিশ্ববিদ্যালয় ব্ৰাঞ্চ (ক'ড ৯৯৪০০০), ডিব্ৰুগড় লৈ প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com