Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জোধপুৰত কণিষ্ঠ প্ৰকল্প সহকাৰীৰ পদ খালী

কণিষ্ঠ প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জোধপুৰত কণিষ্ঠ প্ৰকল্প সহকাৰীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Dec 2021 12:02 PM GMT

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জোধপুৰৰ বিষয়ে:

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জোধপুৰ নিৰ্মাণ কৰা হৈছিল চন ২০০৮ত। আৰ প্ৰতিষ্ঠানৰ লক্ষ্য আছিল দেশ খনিৰ প্ৰযুক্তিবিদ্যা শিক্ষা আৰু গৱেষণা অগ্ৰগতি কৰোৱা। ইয়াৰ প্ৰধান মূল মন্ত্ৰ প্ৰযুক্তি সংগত চিন্তাধাৰা আৰু কৰ্ম সমূহ প্ৰচাৰ কৰা কাৰ দ্বাৰা দেশৰ অৰ্থনৈতিক উন্নয়ন কৰিব পৰা যাব।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জোধপুৰত শেহতীয়া পদ খালী:

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জোধপুৰৰ শেহতীয়াভাৱে কণিষ্ঠ প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদানৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে। পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

কণিষ্ঠ প্ৰকল্প সহকাৰী

পদৰ সংখ্যা

০১

অৱস্থান

জোধপুৰ - ৰাজস্থান

দৰমহা

২১,৭০০ - ৩০,৭০০/- টকা

বয়স

অধিকতম ৩৫বছৰ, ০১/০১/২০২১

পদৰ সময় সীমা

১০মাহ

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

অন্তিম তাৰিখ

২২/১২/২০২১

ৱেবছাইট

iitj.ac.in


শিক্ষাগত অৰ্হতা:

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান জোধপুৰৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা CSE/ ECE বিভাগত BE/ B Tech উত্তীৰ্ণ হ'ব লাগিব।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট iitj.ac.in খোলক

• IIT, জোধপুৰ কেৰিয়াৰ বা নিযুক্তিৰ যোগে আৱেদন কৰিবলৈ ইচ্ছুক পদ খোলক

• আৱেদন কৰিব বিচৰা পদৰ অধিসূচনা আৰু অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰক

• শুদ্ধ তথ্যৰে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখ ২২/১২/২০২১ৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক

আৱেদন প্ৰক্ৰিয়া:

ইছাওক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ IIT জোধপুৰৰ অফিচিয়েল ৱেবচাইট যোগে পূৰণ কৰিব পৰিব। নিজৰ আৱেদনৰ চফ্টকপী recruitment_rnd@iitj.ac.in যোগে প্ৰেৰণ কৰিব লাগিব।


আৰু পঢ়ক : উত্তৰ-পূব পৰিষদ শ্বিলং নিযুক্তি ২০২১ - ০১ পৰামৰ্শদাতা অসামৰিক অভিযন্তা পদখালী


Next Story
চাকৰি