Begin typing your search above and press return to search.

আৰ আই এম এছ মণিপুৰত ০৪ জুনিয়ৰ ৰেচিডেণ্টৰ পদখালী

উপযুক্ত প্ৰাৰ্থী সকলক জুনিয়ৰ ৰেচিডেণ্টৰ খালী পদত নিযুক্তি

আৰ আই এম এছ মণিপুৰত  ০৪ জুনিয়ৰ ৰেচিডেণ্টৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Nov 2021 6:15 AM GMT

ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, ইম্ফল, লেম্ফেলপাট, ইম্ফল, মণিপুৰত অৱস্থিত। এই অনুষ্ঠান স্থাপিত কৰা হৈছিল, ১৪ ছেপ্টেম্বৰ ১৯৭২চনত। এই অনুষ্ঠান পৰিচালিত কৰে "নৰ্থ ইষ্টান ৰিজনেল মেডিকেল কলেজ ছaছাইটি" নামৰ এটি সংস্থানে। মণিপুৰ ছaছাইটিজ ৰেজিষ্ট্ৰেচন এক্ট, ১৯৮৯ৰ অধীনত এই সংস্থানৰ অধীনলৈ আহে ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স, ইম্ফল।

ৰিজ'নেল ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স, ইম্ফলত চাকৰিৰ অধিসূচনা :

ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল চায়েন্স, ইম্ফলত, উপযুক্ত প্ৰাৰ্থী সকলক জুনিয়ৰ ৰেচিডেণ্টৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিষয়

পদৰ বিৱৰণ

পদৰ নাম

জুনিয়ৰ ৰেচিদেণ্ট

খালী পদৰ সংখ্যা

০৪টা

বয়স

উল্লেখিত নাই

দৰমহা

৫৬,১০০/- টকা, মাহিলী

নিযুক্তিৰ স্থান

মণিপুৰ, ইম্ফল

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

১৮/১১/২০২১

ৱেবচাইট

rims.edu.in

আৱেদন প্ৰক্ৰিয়া

অফলাইন


জুনিয়ৰ ৰেচিদেণ্টৰ খালী পদৰ বাবে অৰ্হতা :

> দেণ্টেল কলেজ, আৰ আই এম এছ, ইম্ফলৰ পৰা চিকিৎসা প্ৰাপ্ত সকলক প্ৰাধান্য দিয়া হ'ব।

> জুনিয়ৰ ৰেচিদেন্সীৰ ২বছৰ সম্পূৰ্ণ কৰা সকলক বাছনি কৰা নহ'ব।

> ১বছৰৰ পূৰ্বে প্ৰশিক্ষণ সমাপ্ত কৰা কোনো প্ৰাৰ্থীকে প্ৰথম বাৰৰ বাবে নিযুক্তি প্ৰদান কৰা বুলি গণ্য কৰা নহ'ব।


> প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বছৰৰ প্ৰাপ্ত নম্বৰ অনুসৰি সাক্ষাৎকাৰৰ বাবে বাচনি কৰা হ'ব।

আবেদনৰ প্ৰক্ৰিয়া :


প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰ সহ কনফাৰেন্স ৰূম, জুবিলী হ'ল, ইম্ফল, মণিপুৰ লৈ প্ৰেৰণ কৰিব লাগিব।

প্ৰয়োজনীয় নথি পত্ৰ :


> শিক্ষাগত মানপত্ৰ ( বি. ডি. এছ.)

> এটেম্প্ট প্ৰমাণপত্ৰ

> প্ৰশিক্ষণ প্ৰমাণপত্ৰ

> বয়স মানপত্ৰ

> প্ৰভিজনেল পাছ চাৰ্টিফিকেট আৰু [ডেণ্টেল কাউন্সিল ৰেজিষ্ট্ৰেচন

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ/ লিখিত পৰীক্ষা।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি