Begin typing your search above and press return to search.
জ্যোতি চিত্ৰবনত কনিষ্ঠ সহায়কৰ পদখালী
এই বিষয়ে তলত সবিশেষ তথ্য পাব ৷

By :
গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে ৷
খালী পদৰ সংখ্যাঃ এটা ৷
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম শ্ৰেণীৰ স্নাতক হ'ব লাগিব। তদুপৰি ন্যূনতম এবছৰীয়া কম্পিউটাৰ ডিপ্ল'মা (ADCA) থাকিব লাগিব। লগতে প্ৰাৰ্থীৰ অসমীয়া আৰু ইংৰাজী ভাষাৰ উন্নত জ্ঞান থাকিব লাগিব ৷
দৰমহাঃ মাহিলী ১৫ হেজাৰ টকা (স্থায়ী) ৷
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০২১৷
চাকৰিৰ প্ৰকৃতিঃ ঠিকাভিত্তিক।
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ অহা ১৫ ছেপ্টেম্বৰৰ পুৱা ১০ বজাৰ পৰা জ্যোতি চিত্ৰবনত মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব ৷
Next Story