Begin typing your search above and press return to search.

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সহকাৰী অধীক্ষক নিযুক্তি

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে সহকাৰী অধীক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ সহকাৰী অধীক্ষক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Jan 2022 9:59 AM GMT


কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ বিষয়েঃ

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ হৈছে এখন স্বায়ত্ত্বশাসিত জিলা পৰিষদ। এই পৰিষদ গঠনৰ উদ্দেশ্য হৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত বাস কৰা জনজাতি লোকসকলৰ উন্নয়ন সাধন কৰা। এই পৰিষদ ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠন কৰা আৰু প্ৰশাসনিকভাবে অসম চৰকাৰৰ তলত কাৰ্য সম্পাদন কৰে।

ডিফুত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ কাৰ্যালয় অৱস্থিত। এই পৰিষদৰ অধীনৰ মুঠ মাটি-কালিৰ পৰিমাণ ১০,৪৩৪ বৰ্গকিলোমিটাৰ। ২০১১-ৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯, ৬১, ২৭৫ জন।

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নিযুক্তি-২০২২ঃ

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে সহকাৰী অধীক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ


প্ৰাৰ্থীসকলে পদ, চাকৰিৰ স্থান, বয়সৰ সীমা, দৰমহাৰ সকলো চাকৰিৰ বিৱৰণ তলত চাব পাৰে:-

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

সহকাৰী অধীক্ষক।

পদৰ সংখ্যা

০১ টা।

দৰমহা

মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০ হেজাৰ টকা। লগতে ৮,৭০০ টকাৰ গ্ৰেড পে।

চাকৰিৰ স্থান

অসম।

বয়সৰ সীমা

১ জানুৱাৰী, ২০২২-ত ১৮ ৰ পৰা ৪০ বছৰ।

অন্তিম তাৰিখ

৩ ফেব্ৰুৱাৰী, ২০২২।

আবেদনৰ মাচুল


তথ্য উপলব্ধ নহয়।



শিক্ষাগত অৰ্হতাঃ

কলা / বাণিজ্য / বিজ্ঞানৰ স্নাতক।

আবেদনৰ নিয়মঃ

অসম ৰাজপত্ৰৰ অষ্টম খণ্ডত প্ৰকাশিত ষ্টেণ্ডাৰ্ড প্ৰ-পত্ৰত আবেদন জনাব লাগিব। আবেদনৰ লগত শৈক্ষিক,অৰ্হতা, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ প্ৰত্য়ায়িত প্ৰতিলিপি গাঁথি দিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩ ফেব্ৰুৱাৰী, ২০২২।




আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ

Next Story
চাকৰি