Begin typing your search above and press return to search.

কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পদ খালী

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Nov 2021 10:43 AM GMT

কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ বিষয়েঃ কামৰূপ জিলাৰ নৱ-নিৰ্মিত আদালত গৃহ আমিনগাঁৱত অৱস্থিত। এতিহাসিক স্থান আমিনগাঁও ব্ৰহ্মপুত্ৰৰ পাৰৰ ওচৰত অৱস্থিত। এই ঠাইতে আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। আমিনগাঁৱক গুৱাহাটীৰ পৰা ব্ৰহ্মপুত্ৰই ভাগ কৰিছে। আমিনগাঁও হৈছে কামৰূপ জিলাৰ জিলা সদৰ।

২০১৪ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অভয় মনোহৰ চাপ্ৰেই আমিনগাঁৱত নৱ-নিৰ্মিত ন্য়ায়িক আদালত চৌহদ উদ্ধোধন কৰে।

কামৰূপৰ মু্খ্য ন্যায়িক দণ্ডাধীশে ০৩ টা পিয়নৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।


এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


পদৰ নামঃ

পিয়ন

খালী পদৰ সংখ্যাঃ ৩টা।

শিক্ষাগত অৰ্হতাঃ অষ্টম শ্ৰেণী উত্তীৰ্ণ। দ্বাদশ শ্ৰেণী বা ততোধিক শিক্ষাগ্ৰহণ কৰাসকলে আবেদন জনোাৱৰ প্ৰয়োজন নাই।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৫২ হেজাৰ টকা। লগতে ৩,৯০০টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-১১-২০২১।

বয়সৰ সীমাঃ ১৮ ৰ পৰা ৪০ বছৰ।

নিযুক্তিৰ স্থানঃ কামৰূপ, অসম।

আবেদন প্ৰক্ৰিয়াঃ অফলাইন।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

ৱেবছাইটঃ dsitricts.ecourts.gov.in/kamrup।


লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্থী বাছনি কৰা হব।


Next Story
চাকৰি