জিলা ন্যায়পালিকা কামৰূপত গাড়ীচালকৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
জিলা ন্যায়পালিকা কামৰূপত গাড়ীচালকৰ পদখালী
Published on

জিলা ন্যায়পালিকা কামৰূপ, আমিনগাঁৱত গাড়ীচালকৰ এটি খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : ড্ৰাইভাৰ

খালী পদৰ সংখ্যা : ০১ টা

দৰমহা : ১৫,০০০ মাহিলী

বয়স : ১৮ - ৪০ বছৰ

নিয়োগৰ স্থান : কামৰূপ, অসম

আবেদন গ্ৰহণৰ তাৰিখ : ০৭/০৯/২০২১

আবেদন প্ৰক্ৰিয়া : অফলাইন

অৰ্হতা : • এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী অষ্টম শ্ৰেণী পাছ হ'ব লাগিব, কোনো মেট্ৰিক উত্তীৰ্ণ লোক এই পদৰ বাবে যোগ্য নহয়।

• প্ৰমাণী বিত্তিধাৰি/ পৰিবহণ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।

• নূন্যতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে "আছাম ৰাজপত্ৰ ভাগ-৯"ত প্ৰকাশ পোৱা আবেদন পত্ৰৰ লগত, শিক্ষাগত মানপত্ৰ, বয়স, জাতি মানপত্ৰ, প্রমাণী নিয়োগ - নিয়োগ বিনিময় কেন্দ্ৰৰ প্ৰমাণপত্ৰ, বিত্তীধাৰী/ পৰিবহণ ড্ৰাইভিং লাইচেঞ্চ, অভিজ্ঞতা মানপত্ৰ আৰু চৰিত্ৰ মানপত্ৰ আৰু লগতে ৩কপি পাছপৰ্ট ( পাছফালে নিজৰ স্বাক্ষৰ কৰিব) তলৰ ঠিকনাত পঠিয়াব লাগিব।

ঠিকনা : জিলা আৰু সত্ৰ ন্যায়াধীশ, কামৰূপ, আমিনগাঁও।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com