কেন্দ্ৰীয় বিদ্যালয়, বৰপেটাত পদখালী

পদৰ বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
কেন্দ্ৰীয় বিদ্যালয়, বৰপেটাত পদখালী

কেন্দ্ৰীয় বিদ্যালয়, বৰপেটাত, বিভিন্ন বিষয়ত PGT, TGT আৰু PRT শিক্ষকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন জনাইছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰ জনোৱা হ'ল।

পদৰ নাম : পোষ্ট গ্ৰেজুৱেট শিক্ষক (PGT)

খালী পদৰ সংখ্যা : ০১

বিষয় : হিন্দী/ ইংৰাজী/ ৰসায়ন বিজ্ঞান/ গণিত

পদৰ নাম : প্ৰশিক্ষিত গ্ৰেজুৱেট শিক্ষক (TGT)

খালী পদৰ সংখ্যা : ০১

বিষয় : হিন্দী/ সমাজ বিজ্ঞান

পদৰ নাম : প্ৰাথমিক শিক্ষক (PRT)

খালী পদৰ সংখ্যা : ০১

দৰমহা : কেন্দ্ৰীয় বিদ্যালয়ৰ নিয়মাৱলী অনুসৰি

ঠিকনা : বৰপেটা

অন্তিম তাৰিখ : ২৫/০৯/২০২১

পদৰ ধৰণ : গীৰ্মিটীয়া

শিক্ষাগত অৰ্হতা :

• পোষ্ট গ্ৰেজুৱেট শিক্ষক (PGT) :

- এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী দুবছৰৰ ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট এম.এ/ এম.এছ. চি সংশ্লিষ্ট বিষয়ত এনচিইআৰটিৰ আঞ্চলিক শিক্ষা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম;

বা

নিম্নলিখিত বিষয়বোৰত মুঠ ৫০% নম্বৰৰ সৈতে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লগিব ।

ক) PGT ইংৰাজী - ইংৰাজী

খ) PGT হিন্দী - হিন্দী বা সংস্কৃত, ডিগ্ৰীৰ স্তৰত এটা বিষয় হিন্দী থাকিব লাগিব

গ) PGT ৰসায়ন বিজ্ঞান - ৰসায়ন বিজ্ঞান

ঘ) PGT গণিত - গণিত

-B. Ed বা তেনে কোনো সমান্তৰাল ডিগ্ৰী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা।

- হিন্দী আৰু ইংৰাজী বিষয়ত পাঠ্যদানৰ অৰ্হতা থাকিব লাগিব।

• প্ৰশিক্ষিত গ্ৰেজুৱেট শিক্ষক (TGT) :

- এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী ৫০% নম্বৰ সহ চাৰিবছৰৰ ইণ্টিগ্ৰেটেড পোষ্ট গ্ৰেজুৱেট এম.এ/ এম.এছ. চি সংশ্লিষ্ট বিষয়ত এনচিইআৰটিৰ আঞ্চলিক শিক্ষা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম।

বা

নিম্নলিখিত বিষয়বোৰত মুঠ ৫০% নম্বৰৰ সৈতে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লগিব ।

ক) TGT হিন্দী - সম্পূৰ্ণ ৩বছৰত হিন্দী বিষয়ত অধ্যয়ন কৰা হ'ব লাগিব।

খ) TGT সমাজ বিজ্ঞান - তলৰ যিকোনো দুটা বিষয়ত অধ্যয়ন প্ৰাপ্ত - বুৰঞ্জী, ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান। ইয়াৰ ভিতৰত এটা ভূগোল বা বুৰঞ্জী হ'ব লাগিব

- কেন্দ্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষা, পেপাৰ ২ উত্তীৰ্ণ কৰা হ'ব লাগিব ।

• প্ৰাথমিক শিক্ষক (PRT)

- উচ্চ মাধ্যমিক বিদ্যালয় প্ৰমাণপত্ৰ ৫০% নম্বৰ সহ বা মধ্যৱৰ্তী ৫০% নম্বৰ সহ বা কোনো সমান্তৰাল ডিগ্ৰী।

- নূন্যতম ২বছৰীয়া শিক্ষক প্ৰশিক্ষণৰ ডিপ্লোমা মান পত্ৰ বা B.El.Ed /JBT

- কেন্দ্ৰীয় শিক্ষক অৰ্হতা পৰীক্ষা, পেপাৰ ১ উত্তীৰ্ণ কৰা হ'ব লাগিব ।

- হিন্দী আৰু ইংৰাজী বিষয়ত পাঠ্যদানৰ অৰ্হতা থাকিব লাগিব।

আকাংক্ষিত :কম্পিউটাৰ জ্ঞানত অৰ্হতা প্ৰাপ্ত।

আবেদনৰ প্ৰক্ৰিয়া :

• প্ৰাৰ্থী সমূহে কভিড প্ৰতকল মানি চলিব লাগিব।

নিজৰ সম্পূৰ্ণ কৰা পজীয়ন আবেদন, স্বাক্ষৰ যুক্ত নথি পত্ৰক সহ জমা কৰিব লাগিব।

• সাক্ষাৎকাৰৰ বাবে নিজৰ প্ৰয়োজন পত্ৰ আনিব লাগিব।

সাক্ষাৎকাৰ :

• তাৰিখ : ২৫ ছেপ্টেম্বৰ ২০২১

• স্থান : কেন্দ্ৰীয় বিদ্যালয়, বৰপেটা, অসম ৭৮১৩০১

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com