কেন্দ্রীয় বিদ্যালয় ডিফুত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় ডিফুত নিযুক্তি ২০২০
Published on: 

কেন্দ্রীয় বিদ্যালয় ডিফুত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয়,ডিফুত পি জি টি, টি জি টি, পি.আৰ.টি, আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)

বিষয়: ইংৰাজী, হিন্দী, গণিত, ভূগোল, বুৰঞ্জী, অৰ্থনীতি, জীৱ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ৰাসায়ন বিজ্ঞান,কম্পিউটাৰ বিজ্ঞান

সাক্ষাৎকাৰৰ তাৰিখ: ১৯/০২/২০২০

২/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)

বিষয়: বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী, আৰু অসমীয়া।

সাক্ষাৎকাৰৰ তাৰিখ: ১৯/০২/২০২০

৩/ ডাক্টৰ, নাৰ্চ, কাউন্সেলাৰ

সাক্ষাৎকাৰৰ তাৰিখ: ২০/০২/২০২০

৪/ পি আৰ টি (PRT)

সাক্ষাৎকাৰৰ তাৰিখ: ২০/০২/২০২০

৫/ বৃত্তিমূলক শিক্ষাৰ প্ৰশিক্ষক ( খেল, সুকুমাৰ কলা, কম্পিউটাৰ প্ৰশিক্ষক, যোগ প্ৰশিক্ষক, অসমীয়া ভাষাৰ শিক্ষক)

সাক্ষাৎকাৰৰ তাৰিখ: ২০/০২/২০২০

শিক্ষাগত অৰ্হতা:

১. হিন্দী, ইংৰাজী ভাষাত শিক্ষকতা অভিজ্ঞতা

২. কম্পিউটাৰ এপ্লিকেশনত জ্ঞান থকাটো আৱশ্যক

দৰমহা: Remuneration as per KVS Norms.

বয়স: ১৮ ৰ পৰা ৬৫ বছৰ

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহৰ সৈতে কেন্দ্রীয় বিদ্যালয় ডিফুত ৰাতিপুৱা ৯ বজাত উপস্থিত হব লাগিব।

ৱা্ক-ইন-ইন্টাৰভিউ: ১৯/০২/২০২০ আৰু ২০/০২/২০২০

ৰেজিস্ট্ৰেচনৰ সময়: ৰাতিপুৱা ৮:৩০

অধিক জানিবৰ বাবে ৱেবচাইটত চাব পৰিব ।

সবিশেষ জানিবলৈ : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com