কেন্দ্রীয় বিদ্যালয় খানাপাৰাত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় খানাপাৰাত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয় খানাপাৰাত নিযুক্তি ২০২০

কেন্দ্রীয় বিদ্যালয়,খানাপাৰাত পি জি টি, টি জি

টি, পি.আৰ.টি, কম্পিউটাৰ ইনষ্ট্ৰাকচাৰ আৰু অন্য পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

১/পোষ্ট গ্ৰেজুৱেট টিচাৰ্চ (PGT)

বিষয়: পদাৰ্থ বিজ্ঞান, ইংৰাজী, হিন্দী, গণিত, বাণিজ্য, ভূগোল, বুৰঞ্জী, অৰ্থনীতি, জীৱ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, ৰাসায়ন বিজ্ঞান,বায়-টেকন'লজি

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ ডিগ্রী লগত ( নূন্যতম ৫০% নম্বৰ) বি.এড ডিগ্রী

২/ পি.জি.টি. কম্পিউটাৰ চাইন্স

শিক্ষাগত অৰ্হতা:এম চি এ /বি ই/ বি টেক/এম এচ চি কম্পিউটাৰ চাইন্স অথবা কম্পিউটাৰত পি জি ডিপ্লোমা, "B" লেভেল DOEACC ৰ সৈতে পি জি ডিগ্ৰী যিকোনো বিষয়ত অথবা DOEACC লেভেল "C" (৫০% নম্বৰ)

৩/ ট্ৰেইনড গ্ৰেজুৱেট টিচাৰ্চ (TGT)

বিষয়: বিজ্ঞান, ইংৰাজী, সমাজ বিজ্ঞান, গণিত, সংস্কৃত, হিন্দী, আৰু অসমীয়া।

শিক্ষাগত অৰ্হতা:

১.প্ৰাৰ্থীৰ জন বি.এড ডিগ্রীধাৰী হব লাগিব।

২.TGTৰ বাবে তিনি বছৰীয়া হিন্দী, ইংৰাজী, সংস্কৃত, অসমীয়া বিযসয়ত স্নাতক ডিগ্ৰী লগতে ৫০% শতাংশ নম্বৰ থাকিব লাগিব।

৩. TGT সমাজ বিজ্ঞানৰ বাবে স্নাতক ডিগ্রী লগতে বুৰঞ্জী, ভূগোল, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান ত ৫০% শতাংশ নম্বৰ থাকিব লাগিব।

৪.TGT বিজ্ঞান ৰ বাবে উদ্ভিদবিজ্ঞান, প্ৰণী বিজ্ঞান, ৰাসায়ন বিজ্ঞান ত স্নাতক ডিগ্ৰী ৰ লগতে ৫০% শতাংশ নম্বৰ থাকিব লাগিব।

৫. TGT গণিত ৰ বাবে গণিত বিষয়ত স্নাতক ডিগ্ৰীধাৰী হব লাগিব লগতে পদার্থ বিজ্ঞান, ৰাসায়ন বিজ্ঞান, ইলেকট্রনিকচ, কম্পিউটাৰ চাইন্স, পৰিসংখ্যাত আদি যিকোনো দুটা বিষয়ত ৫০% শতাংশ নম্বৰত উৰ্ত্তীণ হব লাগিব।

৬. CTET উৰ্ত্তীণ প্ৰাৰ্থীসকলকো অগ্ৰাধিকাৰ দিয়া হব।

৪/ পি আৰ টি (PRT)

শিক্ষাগত অৰ্হতা:

১. বি. ই আই. ই ডি / দুবছৰীয়া JBT/ স্নাতক লগতে ৫০ % বি.এড ত উৰ্ত্তীণ হব লাগিব।

২. CTET উৰ্ত্তীণ প্ৰাৰ্থীসকলকো অগ্ৰাধিকাৰ দিয়া হব।

৩. হিন্দী/ ইংৰাজী ভাষাত অধ্যায়ন কৰিব লাগিব

৫/পৰামৰ্দাতা

শিক্ষাগত অৰ্হতা: বি.এ /বি.এচ চি (মনোবিজ্ঞান) ডিপ্লোমা।

৬/কম্পিউটাৰ প্ৰশিক্ষক

শিক্ষাগত অৰ্হতা: পি জি ডি চি এ (PGDCA)/ 'O'/'A' লেভেলৰ DOEACC ৰ পৰা ডিপ্লোমা/ কম্পিউটাৰ বিজ্ঞানত স্নাতক।

৭/ আৰ্ট আৰু ক্ৰাৰ্ফ্ট প্ৰশিক্ষক

শিক্ষাগত অৰ্হতা: ডিগ্রী/ডিপ্লোমা

৮/খেল/যোগ প্ৰশিক্ষক

শিক্ষাগত অৰ্হতা: নেচনেল চাৰ্টিফিকেট হলডাৰ/ BPED/ যোগ ত ডিপ্লোমা।

৯/সংগীত প্ৰশিক্ষক

শিক্ষাগত অৰ্হতা: সংগীত ত ডিগ্রী/ ডিপ্লোমা

১০/নাৰ্চ

শিক্ষাগত অৰ্হতা: স্নাতক/ নাৰ্চিংত ডিপ্লোমা

১১/ ডাটা এন্ট্রি অপৰেটাৰ

শিক্ষাগত অৰ্হতা: O'/'A' লেভেলৰ DOEACC / ডিপ্লোমা/ এবছৰীয়া চাৰ্টিফিকেট

দৰমহা : Remuneration as per KVS Norms.

কেনেদৰে আবেদন কৰিব: ইচ্ছুক প্ৰাৰ্থী সকলে প্ৰয়োজনীয় নথিপত্ৰ সমূহ ১৮/০২/২০২০

তাৰিখৰ আগত জমা দিব লাগিব।

ৱা্ক-ইন-ইন্টাৰভিউ: ১৮/০২/২০২০( ৰাতিপুৱা ৯:০০)

ঠিকনা : KENDRIYA VIDYALAYA KHANAPARA GUWAHATI,PIN-781022

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : check here .

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com