কেন্দ্ৰীয় বিদ্যালয় ৰঙিয়াত পদখালী
বিষয়, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

কেন্দ্ৰীয় বিদ্যালয়, ৰঙিয়াত বিভিন্ন বিষয়ত স্নাতকোত্তৰ শিক্ষক ( পি জি টি) শিক্ষকৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।
পদৰ নাম : শিক্ষক
খালী পদৰ সংখ্যা : PGT অৰ্থনীতি
PGT বুৰঞ্জী
PGT ভূগোল
PGT ৰাজনীতি বিজ্ঞান
দৰমহা : ৩২,৫০০টকা ( মাহিলী)
ঠিকনা : ৰঙিয়া, অসম
অন্তিম তাৰিখ : ০২/০৯/২০২১
শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা উল্লেখিত বিষয়ত ৫০% নম্বৰ সহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব আৰু লগতে BEd ডিগ্ৰীধাৰী হ'ব লাগিব
নতুবা
BEd নথকা প্ৰাৰ্থীসকল ৬০% নম্বৰসহ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।
অভিজ্ঞতা :
• কম্পিউটাৰ চলোৱাৰ অৰ্হতা থাকিব লাগিব।
• ইংৰাজী মাধ্যমত পঢ়ুৱাৰ ব্যুৎপত্তি থাকিব লাগিব।
• হিন্দী ভাষাত কৰ্ম জ্ঞান থকা হ'ব লাগিব।
আবেদনৰ প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ আমাৰ অফিচিয়েল ৱেবচাইটৰ জৰিয়তে সংগ্ৰহ কৰি পুৰণ কৰিব লাগিব; এখন শেহতীয়া পাছ পৰ্ট ফটো; প্ৰয়োজনীয় নথি পত্ৰ ( প্ৰাথমিক আৰু প্ৰতিলিপি ), এই আটাইখিনি সহ ০২ ছেপ্টেম্বৰ ২০২১ তাৰিখে অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।
সাক্ষাৎকাৰ :
• তাৰিখ : ০২ ছেপ্টেম্বৰ ২০২১, বৃহস্পতিবাৰ ।
• উপস্থিত হোৱাৰ সময় : ৮:৩০AM - ৯:৩০AM
• স্থান : কেন্দ্ৰীয় বিদ্যালয়, NF ৰেলৱে, ৰঙিয়া, জিলা : কামৰূপ, পিন : ৭৮১৩৫৪