কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চাকিৰ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চাকিৰ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ চাকিৰ

কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত ৩ মাহৰ বাবে এডিটৰ হিচাপে এজন লোকৰ পদ খালী । তলত সংক্ষিপ্ত বিৱৰণ দিয়া হ'ল -

পদৰ নাম- পাঠ্যক্ৰম সামগ্ৰীৰ দৃশ্য শ্ৰাব্য নিৰ্মাণঅৰ্হতা - স্নাতক, স্নাতকোত্তৰ, ডিপ্লমা, পি জি ডিপ্লমা।

দৰমহা -১০,০০০ প্ৰতিমাহে

অভিজ্ঞতা-কমেও ২ বছৰ

পদৰ সংখ্যা- ১

অন্তিম তাৰিখ- ৪-১২-২০১৯

সাক্ষাৎকাৰ - প্ৰত্যক্ষ সাক্ষাৎকাৰ

কেনেদৰে আবেদন জনাব- ইচ্ছুক প্ৰাৰ্থীয়ে ১২.১২.২০১৯ তাৰিখে পুৱা ১১ বজাত গুৱাহাটীত অৱস্থিত বিশ্ববিদ্যালয়ৰ উপ সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত হ'ব পাৰিব ।

ঠিকনা: হাউচ ফিড কমপ্লেক্স, লাষ্টগেট , দিছপুৰ, গুৱাহাটী-৭৮১০০৬

Detail Notification: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com