অসমৰ শ্ৰম বিভাগত কনিষ্ঠ সহায়কৰ প্ৰয়োজন

অসমৰ শ্ৰম বিভাগে কনিষ্ঠ সহায়ক(মুখ্য কাৰ্যালয় পৰ্যায়ৰ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসমৰ শ্ৰম বিভাগত কনিষ্ঠ সহায়কৰ প্ৰয়োজন

খালী পদৰ সংখ্যাঃ ০৫টা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ১ জানুৱাৰী ২০২০ত ১৮বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০টকা। গ্ৰেড পে ৬,২০০টকা।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১২-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কম্পিউটাৰ পৰীক্ষা আদি।

আবেদনৰ নিয়মঃ www.slprbassam.inৰ জৰিয়তে আবেদন জনাব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com