লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ সহকাৰী  অধ্যাপক পদৰ বাবে পদ খালী

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ সহকাৰী  অধ্যাপক পদৰ বাবে পদ খালী
Published on: 

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে পদ খালী

লখিমপুৰ তেলাহী কমলাবাৰী মহাবিদ্যালয় সহকাৰী পদৰ বাবে নিযুক্তি :

প্ৰাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমানপত্ৰৰ লগতে অন্যান্য মানপত্ৰ সমুহ ২০০০ টকাৰ বেংক ড্ৰাফৰ সৈতে অধ্যাপকলৈ প্ৰেৰণ কৰিব লাগিব আৰু এল .টি .কে মহাবিদ্যালয়ৰ এচ. বি . আই যোগে প্ৰেৰণ কৰিব লাগিব । এঙাৰখোৱা (০৮৮৯১) শাখাত যোগ্য প্ৰাৰ্থীসকলে যোগাযোগ কৰিব । সেই প্ৰমানপত্ৰ সমুহৰ ভিত্তিতে যোগ্য প্ৰাৰ্থী বাছনি কৰা হ'ব । উক্ত পদবীত বাবে প্ৰয়োজনীয় তথ্য সমুহ তলত উল্লেখ কৰা হ'ল -

পদৰ নাম - সহকাৰী অধ্যাপক

বিষয় সমূহ :- ১. শিক্ষা - ১ (এজন)

২. ৰাজনীতি বিজ্ঞান - ১ (এজন) ST(P)

পদ খালী - ২টা

বয়স - ৪-১-২০১৯ চনৰ ভিতৰত ৩৮বছৰ হ'ব লাগিব ।

আবেদনৰ অন্তিম তাৰিখ - ১১ জানুৱাৰী ২০২০

প্ৰাৰ্থীসকলে পি আৰ চি ৰ লগতে স্থানীয় ভাষা জনাটো বাঞ্ছনীয়

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা ৱেবছাইটত চাওক : Click Here

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com