Begin typing your search above and press return to search.

ভূমি অভিলেখ আৰু জৰীপ, অসমত নিযুক্তি ২০২১

দৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:

ভূমি অভিলেখ আৰু জৰীপ, অসমত নিযুক্তি ২০২১

RaktimBy : Raktim

  |  18 Aug 2021 6:25 AM GMT

ডিজিটেল ইণ্ডিয়া লেণ্ড ৰেকৰ্ডছ আধুনিকীকৰণ কাৰ্যসূচীৰ অধীনত অসম ভূমি ব্যৱস্থাপনা আৰু তথ্য সমিতিত ০৪ টা জিআইএছ পৰামৰ্শদাতা, চিষ্টেম এডমিন/ বিশ্লেষক, কম্পিউটাৰ প্ৰগ্ৰামাৰ খালী পদৰ বাবে আৱেদন আমন্ত্ৰণ কৰা হৈছে। পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম- জি.আই.এছ. পৰামৰ্শদাতা ।

খালী পদ-১ টা ।

দৰমহা-৫০,০০০/-টকা ।

বয়স-৪০-৪৫ বছৰ ।

আবেদনৰ অন্তিম তাৰিখ- ২১/০৮/২০২১ ।

ঠিকনা-গুৱাহাটী, অসম ।

শিক্ষাগত অৰ্হতা/অভিজ্ঞতা- এম.এছ.চি। এখন স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা জিঅ'-ইনফৰ্মেটিক্সত। ডিজিটাইজেচন আৰু জিআইএছৰ ক্ষেত্ৰত ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা।

পদৰ নাম-ছিষ্টেম এডমিন/ বিশ্লেষক ।

খালী পদ- ১টা ।

বয়স-৪০-৪৫ বছৰ ।

দৰমহা-৫০,০০০/- টকা ।

আবেদনৰ অন্তিম তাৰিখ- ২১/০৮/২০২১ ।

ঠিকনা-গুৱাহাটী, অসম ।

শিক্ষাগত অৰ্হতা/অভিজ্ঞতা- কম্পিউটাৰ বিজ্ঞানত এম চি এ/ বি-টেক/ বি.ই. বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা আই.টি./এম.এছ.চি.(আই.টি.)। ছিষ্টেম এডমিন/ এনালিষ্টৰ ক্ষেত্ৰত ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা।

পদৰ নাম - কম্পিউটাৰ প্ৰ'গ্ৰামাৰ ।

খালী পদ- ২টা ।

বয়স-৪০-৪৫ বছৰ ।

দৰমহা-২৫,০০০/- টকা ।

আবেদনৰ অন্তিম তাৰিখ- ২১/০৮/২০২১ ।

ঠিকনা-গুৱাহাটী, অসম ।

আবেদন প্ৰক্ৰিয়া- মৌখিক সাক্ষাৎকাৰ ।

ৱেবছাইট- https://dlrs.assam.gov.in/

আবেদন প্ৰক্ৰিয়াঃ ২১ আগষ্ট, ২০২১ তাৰিখে মৌখিক সাক্ষতকাৰত সকলো প্ৰমাণপত্ৰ, মাৰ্কশ্বিট, অভিজ্ঞতাৰ প্ৰমাণপত্ৰ আদিৰ ফটোকপিসহ চিভিৰ সৈতে উপস্থিত হ'ব লাগিব। লগতে সাক্ষাৎকাৰলৈ আহোঁতে প্ৰাৰ্থীয়ে প্ৰমাণীকৰণৰ বাবে মূল নথিপত্ৰও লগত আনিব লাগিব।

ঠিকনা: ভূমি ৰেকৰ্ড আৰু জৰীপ সঞ্চালকৰ কাৰ্যালয় ইত্যাদি, অসম, ৰূপনগৰ, গুৱাহাটী-৩২।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক ।

Next Story
চাকৰি