ভাৰতীয় জীৱন বীমা নিগমত মুখ্য বিত্ত বিষয়াৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'লঃ
ভাৰতীয় জীৱন বীমা নিগমত মুখ্য বিত্ত বিষয়াৰ পদখালী
Published on: 

ভাৰতীয় জীৱন বীমা নিগমত মুখ্য বিত্ত বিষয়াৰ খালী পদত  নিযুক্তিৰ আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : মুখ্য বিত্ত বিষয়া

খালী পদৰ সংখ্যা : ০১টা

বয়স : ৪৫ - ৫৭ বছৰ (০১/০৯/২১০২১ তৰিখৰ মতে)

দৰমহা : ৭৫লাখ, টকা

অৱস্থান : মুম্বাই

অন্তিম তাৰিখ : ১২/১০/২০২১

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী CA (চাৰ্টাৰ্দ একাউণ্টেন্ত) ডিগ্ৰী কৰা হ'ব লাগিব।

আকাংক্ষিত :

FRM প্ৰমাণিত, বা CFA/ MBA ডিগ্ৰীধাৰী।

কৰ্ম অভিজ্ঞতা :

• আৰ্থিক জনিত বিষয় যেনে, হিচাপৰক্ষণ আৰু আয়কৰ বিষয় সমূহৰ সৈতে ১৫বছৰীয়া কৰ্ম অভিজ্ঞতা থাকিব লাগিব। যাৰ ১০বছৰ বেংক বা FI ত হ'ব লাগিব, (৫বছৰ জেষ্ঠ ব্যৱস্থাপনা স্তৰত)।

• বীমাকৰণ বিভাগত কৰ্ম অভিজ্ঞতা থকা সকলক প্ৰাধান্য দিয়া হ'ব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰ সহ ই- মেইল যোগে দাখিল কৰিব লাগিব।

মেইল : co_personnel@licindia.com

প্ৰয়োজনীয় নথি পত্ৰ :

• জন্ম প্ৰমাণ দেখুওৱা SSC মানপত্ৰ

• গ্ৰেজুৱেচন প্ৰমাণপত্ৰ

• বিত্তিধাৰী

• অৰ্হতা মানপত্ৰ

• অভিজ্ঞতা মানপত্ৰ

• বায়ডাটা

বাছনি প্ৰক্ৰিয়া :

• বাছনি, আৰু তাৰ পাছত বিভিন্ন স্তৰত সাক্ষাৎকাৰ

• নিমন্ত্ৰণী পত্ৰ ই- মেইল যোগে প্ৰেৰণ কৰা হ'ব

• বাছনি কৰা প্ৰাৰ্থী সকলক মেইল যোগে নিলিমন্ত্ৰণ কৰা হ'ব

• সমান নম্বৰ পোৱা প্ৰাৰ্থী সকলৰ মাজত বয়সৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হ'ব (কম বয়সৰ ফালৰ পৰা)

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com