Begin typing your search above and press return to search.

মাদ্ৰাজ বিশ্ববিদ্যালয়ত জে আৰ এফ নিযুক্তি

মাদ্ৰাজ বিশ্ববিদ্যালয়ে কনিষ্ঠ গৱেষণা সব্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

মাদ্ৰাজ বিশ্ববিদ্যালয়ত জে আৰ এফ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Jan 2022 12:51 PM GMT

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ বিষয়েঃ

মাদ্ৰাজ বিশ্ববিদ্যালয় ভাৰতৰ বিধায়িনী পৰিষদৰ এখন আইনৰ জৰিয়তে ১৮৫৭-ৰ ৫ ছেপ্টেম্বৰত মাদ্ৰাজ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। এই বিশ্ববিদ্যালয় স্থাপনৰ প্ৰক্ৰিয়া ১১-১১-১৮৩৯-ৰ দ্য পাব্লিক পিটিচনৰ জৰিয়তে আৰম্ভ হয়। জৰ্জ নৰ্টনক অধ্যক্ষৰূপে লৈ ১৮৪০-ত বিশ্ববিদ্যালয় বোৰ্ড গঠন কৰা হয়। এই বিশ্ববিদ্যালয় লণ্ডন বিশ্ববিদ্যালয়ৰ আৰ্হিত স্থাপন কৰা হয়।

মাদ্ৰাজ বিশ্ববিদ্যালয় দক্ষিণ ভাৰতৰ অন্যতম পুৰণি বিশ্ববিদ্যালয়। তামিলনাডুৰ তিনিখন জিলাত এই বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰাধিকাৰ আছে। বিশ্ববিদ্যালয়খনৰ শিক্ষণ আৰু গৱেষণাৰ পৰিসৰ বৃদ্ধি পাই আছে।

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২২ঃ

মাদ্ৰাজ বিশ্ববিদ্যালয়ে কনিষ্ঠ গৱেষণা সভ্য ( জে আৰ এফ) নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰেঃ



প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে

পদৰ নাম

জে আৰ এফ।

খালী পদ

০১টা।

ৱেবছাইট

unom.ac.in

দৰমহা

মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৩১ হেজাৰ টকা।

চাকৰিৰ স্থান

চেন্নাই, তামিলনাডু।

অন্তিম তাৰিখ

১৫-০১-২০২২

আবেদন মাচুল

নাই।

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এম এছ চি (প্ৰাণী বিজ্ঞান/ বায়োকেমেষ্ট্ৰী/ মাইক্ৰবায়োলজী / বায়োটেকনোলজী) হব লাগিব।

আবেদন প্ৰক্ৰিয়াঃ

• প্ৰথমে অফিচিয়েল ৱেবচাইটunom.ac.in চাব।

• নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• জেষ্ঠ ব্যক্তিগত সহায়ক পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতাসমূহ পৰ্যবেক্ষণ কৰক

• আবেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আবেদন প্ৰ-পত্ৰ পূৰণ কৰক।

১৫ জানুৱাৰী, ২০২২ ৰ ভিতৰত পোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰক।


আৰু পঢ়ক:ছিকিম উচ্চ ন্যায়ালয় নিযুক্তি ২০২২ - ০২ অসামৰিক ন্যায়াধীশ-তথা-ন্যায়িক দণ্ডাধীশৰ পদখালী


Next Story
চাকৰি