Begin typing your search above and press return to search.
মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক নিযুক্তি
এই বিষয়ে তলত সবিশেষ তথ্য পাব

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সহকাৰী অধ্যাপকৰ ১২ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদঃ
সহকাৰী অধ্যাপক
খালী পদৰ সংখ্যা ১২টা।
বিভাগ অনুযায়ী পদঃ ভাৰতীয় অধ্যয়ন আৰু ঐতিহ্য অধ্যয়ন বিভাগত চাৰিটা পদ। অসমীয়া আৰু উত্তৰ-পূবৰ অন্যান্য থলুৱা ভাষা অধ্যয়ন কেন্দ্ৰত ৪ টা পদ। পৰিবেশ্য কলা (সত্ৰীয়া সংগীত আৰু নৃত্য) বিভাগত ৪ টা পদ।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫৫ শতাংশ নম্বৰসহ সংশ্লিষ্ট বিষয়ত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতকোত্তৰ ডিগ্ৰী। প্ৰাচীন অসমীয়া সাহিত্যৰ বিশেষীকৃত জ্ঞান থাকিব লাগিব। প্ৰাৰ্থীৰ নেট বা শ্লেট বা পি এইচ ডি থাকিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৪-১২-২০২১।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
Next Story