Begin typing your search above and press return to search.

এন এফ এলত মেনেজমেন্ট ট্ৰেইনী (মাৰ্কেটিং আৰু এইচ আৰ) নিযুক্তি

৪টা মেনেজমেন্ট ট্ৰেইনীৰ (মাৰ্কেটিং আৰু এইচ আৰ) খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

এন এফ এলত মেনেজমেন্ট ট্ৰেইনী (মাৰ্কেটিং আৰু এইচ আৰ) নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Nov 2021 10:36 AM GMT

ৰাষ্ট্ৰীয় সাৰ নিগমএক চৰকাৰী প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানত বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰ, জৈৱিক সাৰ আৰু উদ্যোগিক সাৰ তৈয়াৰ কৰা হয়। এই প্ৰতিষ্ঠানক পৰিচালিত কৰে ভাৰত চৰকাৰৰ ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ে।

ৰাষ্ট্ৰীয় সাৰ নিগমত নৱ নিযুক্তি :

ৰাষ্ট্ৰীয় সাৰ সসীমত শেহতীয়া ভাৱে ২৪গৰাকী মেনেজমেন্ট ট্ৰেইনিৰ (মাৰ্কেটিং আৰু এইচ আৰ) খালী পদৰ বাবে উপযুক্ত প্ৰাৰ্থী সমূহক আৱেদন দাখিলৰ বাবে আমন্ত্ৰণ কৰিছে। এই পদৰ উপযুক্ত প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

পদৰ সবিশেষ

পদৰ নাম

মেনেজমেন্ট ট্ৰেইনি (মাৰ্কেটিঙ)

মেনেজমেন্ট ট্ৰেইনি (এইচ আৰ)

খালী পদৰ সংখ্যা

১২

১২

দৰমহা

৪০,০০০ - ১৪০,০০০/- টকা, মাহিলী

৪০,০০০ - ১৪০,০০০/- টকা, মাহিলী

বয়স

১৮ - ২৯বছৰ

১৮ - ২৯বছৰ

আৱেদন দাখিলৰ অন্তিম তাৰিখ

২৩/১১/২০২১

পদৰ অৱস্থান

সমগ্ৰ ভাৰততে

আৱেদন মাছুল

অনুসূচিত জনজাতি/ জাতি/ বিকলাংগ/ প্ৰাক্তন বিষয়া/ বিভাগীয় প্ৰাৰ্থী : নিল্

অন্য প্ৰাৰ্থী সমূহ : ৭০০/- টকা

মাছুল পৰিশোধ প্ৰক্ৰিয়া : অনলাইন


পদৰ বাবে শিক্ষাগত অৰ্হতা সমূহ :


পদৰ নাম

অৰ্হতা

মেনেজমেন্ট ট্ৰেইনি (মাৰ্কেটিঙ)

• যিকোনো বিশেষ বিভাগত ন্যূনতম ৬০% নম্বৰসহ নিয়মীয়া M.sc (কৃষি), বা UGC/ AICTE দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা যিকোনো কৃষি ভিত্তি বিশেষ বিভাগত নূন্যতম ৬০% নম্বৰ সহ নিয়মীয়া MBA বা PGDBM

• নিয়মীয়া B. Sc ডিগ্ৰী (কৃষি) নূন্যতম ৬০% নম্বৰ সহ

মেনেজমেন্ট ট্ৰেইনি (এইচ আৰ)

• নূন্যতম ৬০% নম্বৰ সহ ২বছৰীয়া নিয়মীয়া MBA/ PG

• UGC/ AICTE দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অনুষ্ঠানৰ পৰা পাৰ্চনেল মেনেজমেন্ট এণ্ড ইণ্ডাষ্ট্ৰীয়েল ৰিলেচনছ/ হিউমেন ৰিছৰ্চ মেনেজমেণ্ট/ এইচ আৰ বিভাগত ডিগ্ৰী/ ডিপ্লোমা ।


আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে এন এফ এলৰ অফিচিয়েল ৱেবচাইট nationalfertilizers.com যোগে নিজৰ আৱেদন দাখিল কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি