মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদখালী

মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলত ডাটা এণ্ট্ৰী অপাৰেটৰৰ পদখালী

মঙলদৈ বন্যপ্ৰাণী সংমণ্ডলত ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
Published on

খালী পদৰ সংখ্যাঃ ২টা।

নিযুক্তিৰ স্থানঃ দৰং জিলা।

আবেদনৰ নিয়মঃ বায়'ডাটাসহ প্ৰমাণপত্ৰৰ প্ৰত্যায়িত কপি, দুকপি পাছপ'ৰ্ট ফটো, পানকাৰ্ডৰ কপি, ভোটাৰ পৰিচয়পত্ৰ অথবা আধাৰ কাৰ্ডৰ কপি মাণ্ডলিক বন বিষয়া, মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল, প্ৰফুল্ল নগৰ, মঙলদৈ, পিন-৭৮৪১২৫ এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫. ০৬,২০২০ 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com