মাধৱ চৌধুৰী মহাবিদ্যালয় সহকাৰী অধ্যাপক  পদত নিযুক্তি ২০২০

মাধৱ চৌধুৰী মহাবিদ্যালয় সহকাৰী অধ্যাপক  পদত নিযুক্তি ২০২০

মাধৱ চৌধুৰী মহাবিদ্যালয় সহকাৰী অধ্যাপক পদত নিযুক্তি ২০২০

পদৰ নাম -সহকাৰী অধ্যাপক সহকাৰী অধ্যাপক (প্ৰাণী বিদ্যা)

পদৰ সংখ্যা -০২

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা-নাই

দৰমহা - ৩৭,৪০০ ৰ পৰা ৬৭,০০০

পদৰ নাম- সহকাৰী অধ্যাপক ( পদাৰ্থ বিজ্ঞান)

পদৰ সংখ্যা- ০১

বয়স -৩৮

শিক্ষাগত অৰ্হতা- উক্ত বিষয়ত প্ৰাৰ্থীৰ স্নাতকোত্তৰত ৫৫% নম্বৰ থাকিব লাগিব। ( এছ চি/ এছ টি/ পি ডব্লিউ ডিৰ বাবে ৫০% ) লগতে Net/Selt/set ত উৰ্ত্তীণ হ'ব লাগিব।

অভিজ্ঞতা-নাই

দৰমহা - ৩৭,৪০০ ৰ পৰা ৬৭,০০০

বাচনি প্ৰক্ৰিয়া: প্ৰাৰ্থী সকলক মহাবিদ্যালয় কতৃপক্ষই তেওঁলোকৰ সাক্ষাৎকাৰৰ ভিত্তিত নিৰ্বাচন কৰিব ।

কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থী সকলে তেওঁলোকৰ প্ৰয়োজনীয় নথি পত্ৰ ২০০০ টকাৰ সৈতে M.C. College, Barpeta Payable at Apex Bank, Barpeta Branch must reach the office of the to the “Principal /Secretary, M.C. College, Barpeta P.O. & Dist: Barpeta PIN-781301 (Assam)” পঠাব লাগিব।

অন্তিম তাৰিখ- ২৮/০৩/২০২০

সৱিশেষ জানিবলৈ: Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com