চৰকাৰী চিকিৎসা বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

অসমৰ চিকিৎসা আৰু স্বাস্থ্য নিযুক্তি ব’ৰ্ডে চিকিৎসা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে
চৰকাৰী চিকিৎসা বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on: 

খালী পদৰ সংখ্যাঃ ১১২টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ০১-০১-২০২০ত ২১বছৰতকৈ কম আৰু ৩৮বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৭-২০২০।

সবিশেষ জানিবলৈ https://nhm.assam.gov.in/portlets/recruitment চাওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com