মেঘালয়ৰ খনিজ সম্পদ সঞ্চালকালয়ত পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
মেঘালয়ৰ খনিজ সম্পদ সঞ্চালকালয়ত পদখালী
Published on: 

মেঘালয়ৰ খনিজ সম্পদ সঞ্চালকালয়ত প্ৰকল্প সহকাৰী খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰকল্প সহকাৰী। 

খালী পদৰ সংখ্যা : ০১টা ৷

বয়স : মেঘালয় চৰকাৰৰ নিয়মাৱলী অনুসৰি

দৰমহা : ৪২,০০০ ( মাহিলী) + HRA

ঠিকনা : শ্বিলং, মেঘালয়

অন্তিম তাৰিখ : ২১/১০/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী মাইনিং ইঞ্জিনিয়াৰিং বিভাগত স্নাতক ডিগ্ৰীধাৰী হ'ব

লাগিব আৰু ২বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থীয়ে নিজৰ আবেদনপত্ৰ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে মেঘালয়ৰ খনিজ সম্পদ সঞ্চালকৰ কাৰ্যালয়লৈলৈ প্ৰেৰণ কৰিব লাগিব।

• বাছনিকৃত প্ৰাৰ্থীসকলক উক্ত কাৰ্যালয়লৈ ২১অক্টোবৰ ২০২১ তাৰিখে সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com