MEGRES Meghalaya-ত প্ৰগ্ৰাম মেনেজাৰৰ পদ খালী

মেঘালয়ৰ গ্ৰামোন্নয়ন সমাজে নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
MEGRES Meghalaya-ত প্ৰগ্ৰাম মেনেজাৰৰ পদ খালী
Published on: 

পদঃ

প্ৰগ্ৰাম মেনেজাৰ ( পি এম এ ৱাই-জি)।

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ উল্লেখ নাই।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ লগতে অন্যান্য ভাট্টা।

চাকৰিৰ স্থানঃ মেঘালয়।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৯ অক্টোবৰ, ২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ গ্ৰামোন্নয়নৰ স্নাতকোত্তৰ ডিগ্ৰী বা এম এছ চি ডিগ্ৰী। গ্ৰামোন্নয়নৰ ক্ষেত্ৰত ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থকাসকলে অগ্ৰাধিকাৰ পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com