কৃষি মন্ত্ৰালয়ত, পদখালী

কৃষি মন্ত্ৰালয়ত, কৃষি আয়ুক্তৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।
কৃষি মন্ত্ৰালয়ত, পদখালী
Published on

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কৃষি আয়ুক্ত

খালী পদৰ সংখ্যা : ০১

বয়স : ৫৬বছৰ

দৰমহা : ১,৮২,২০০ - ২,২৪,১০০টকা, মাহিলী

নিযুক্তিৰ স্থান : সমগ্ৰ ভাৰততে

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ১৫/১০/২০২১

শিক্ষাগত অৰ্হতা : এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কৃষি মন্ত্ৰালয়ে জাৰী কৰা অধিসূচনা হিচাপে উপযোগী হ'ব লাগিব।

আবেদন প্ৰক্ৰিয়া : এই পদক আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ, প্ৰয়োজনীয় নথিপত্ৰ সহ উল্লেখিত ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : উমেশ কুমাৰ শ্বাহ, সম্পাদকৰ অধীনত ( pers - II), ৰূম নং - ৩৭A, গ্ৰাউণ্ড ফ্লোৰ, নতুন দিল্লী - ১১০০০১

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com