Begin typing your search above and press return to search.
তেজপুৰত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ষ্টেনোগ্ৰাফাৰ নিযুক্তি
প্ৰতিৰক্ষা মন্ত্ৰালয়ে তেজপুৰত ষ্টেনোগ্ৰাফাৰ-২ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২টা।
বয়সৰ সীমাঃ অসংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৮বছৰৰ পৰা ২৫বছৰ। অন্যান্য পিছপৰা শ্ৰেণী( অ' বি চি) প্ৰাৰ্থীৰ ক্ষেত্ৰ্ত ১৮ ৰ পৰা ২৮ বছৰ আৰু এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১৮ৰ পৰা ৩০বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬. ০৬.২০২০ ( 26/06/2020)
https://www.sentinelassam.com/jobs-in-assam/ministry-of-defence-recruitment-2020-for-stenographer-ii-483017
জানিবলৈ https://mod.gov.in/ চাওক।
Next Story