Begin typing your search above and press return to search.
মিনিষ্টাৰ অফ এক্সৰ্টানেল নিযুক্তি ২০২০

মিনিষ্টাৰ অফ এক্সৰ্টানেল নিযুক্তি ২০২০
পদৰ নাম - ডিপুট্যি পাচপোৰ্ট অফিচাৰ
পদৰ সংখ্যা - ০৬
দৰমহা- ৬৭,৭০০ ৰ পৰা ২,০৮,৭০০ প্ৰতিমাহে
স্থান - গুৱাহাটী, ৰায়পুৰ, ভোপাল , মুম্বাই , আহমেদাবাদ
অন্তিম তাৰিখ- ১৯-০৭-২০২০
বয়স - ৫৬ বছৰৰ ওপৰত হ'ব নোৱাৰিব
ঠিকনা - Ministry of External Affairs, Patiala House Annexe, Tilak Marg, New Delhi-110001
বাচনি প্ৰক্ৰিয়া- দক্ষতাৰ ওপৰত
অধিক জানিবৰ বাবে : click here
Next Story