বৈদেশিক মন্ত্ৰালয়ৰ উপ-পাৰপত্ৰ বিষয়া নিযুক্তি

বৈদেশিক মন্ত্ৰালয়ে উপ-পাৰপত্ৰ বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বৈদেশিক মন্ত্ৰালয়ৰ উপ-পাৰপত্ৰ বিষয়া নিযুক্তি
Published on

খালী পদৰ সংখ্যাঃ ৬টা।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮, ৭০০টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, ৰাইপুৰ, ভূপাল, ডেৰাডুন, মুম্বাই, আহমেদাবাদ।

বয়সৰ সীমাঃ ৫৬ বছৰতকৈ অধিক হ'ব নালাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৭-২০২০।

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন ভিত্তিত। 

সবিশেষ জানিবলৈ https://mea.gov.in/Images/amb1/Vacancy_PO_DPO_APO.pdf চাওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com