কেন্দ্ৰীয় তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চাকৰি

কেন্দ্ৰীয় তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কেন্দ্ৰীয় তথ্য় আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চাকৰি
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হব নালাগিব। নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।

ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001।

আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতা, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ কপি প্ৰেৰণ কৰিব লাগিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com