Begin typing your search above and press return to search.
গুৱাহাটীত কেন্দ্ৰীয় তথ্য মন্ত্ৰালয়ৰ চাকৰি
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গুৱাহাটীত অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৬৭,৭০০টকাৰ পৰা ২,০৮,৭০০টকা।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হব নালাগিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৪-০৯-২০২০।
ঠিকনাঃ Under Secretary (Films), Ministry of Information and Broadcasting, A-Wing, Shastri Bhavan, New Delhi-l10001।
আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতা, অভিজ্ঞতা আদিৰ প্ৰমাণপত্ৰৰ কপি প্ৰেৰণ কৰিব লাগিব।
আৰু চাব পাৰেঃআই আই টি-বি এইচ ইউত পঞ্জীয়ক নিযুক্তি
Next Story