Begin typing your search above and press return to search.

শ্বিলঙৰ মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান ইউনিৰ্ভাছিটীত নিযুক্তি

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

শ্বিলঙৰ মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান ইউনিৰ্ভাছিটীত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-12T17:03:54+05:30


মাৰ্টিন লুথাৰ খ্ৰীষ্টিয়ান ইউনিভাৰছিটীয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ

১) টেকনিকেল এছিষ্টেণ্ট।

খালী পদৰ সংখ্যাঃ এটা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী হাৰ্নেডৱেৰ আৰু টৱৰ্কিংসহ বি চি এ হব লাগিব। অথবা বি টেক নতুবা কম্পিউটাৰ ছায়েন্সত তিনি বছৰীয়া ডিপ্লমা থকা হব লাগিব। তদুপৰি সংশ্লিষ্ঠ ক্ষেত্ৰত ০-১ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

২) কম্পিউটাৰ সহায়ক।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী হাৰ্নেডৱেৰ আৰু টৱৰ্কিংসহ বি চি এ হব লাগিব। অথবা বি টেক নতুবা কম্পিউটাৰ ছায়েন্সত তিনি বছৰীয়া ডিপ্লমা থকা হব লাগিব। তদুপৰি সংশ্লিষ্ঠ ক্ষেত্ৰত ০-১ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ উল্লেখ নাই।

নিয়ুক্তিৰ স্থানঃ শ্বিলং।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-১০-২০২১।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।



Next Story