Begin typing your search above and press return to search.

গুৱাহাটীত MSME খণ্ডত অভিযন্তা নিযুক্তি

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ বিৱৰণ চাব পাৰে:

গুৱাহাটীত MSME খণ্ডত অভিযন্তা নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Nov 2021 9:48 AM GMT

এম এছ এম ই খণ্ডঃ ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ প্ৰতিষ্ঠান ( এম এছ এম ই)- খণ্ডই দেশত অৰ্থনৈতিক ক্ষেত্ৰত বিগত ৫ দশকত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই খণ্ডই কেৱল ডাঙৰ উদ্যোগবোৰৰ তুলনাত অধিক নিয়োগৰ সুবিধা দিয়াই নহয়, গ্ৰামীণ আৰু পিছপৰা অঞ্চলত উদ্যোগীকৰণৰ ক্ষেত্ৰতো ভূমিকা পালন কৰি আহিছে। ইয়াৰ জৰিয়তে অঞ্চলগত তাৰতম্য দূৰ হৈছে। এনেদৰে MSME খণ্ডই দেশৰ আৰ্থিক উন্নয়নত ভূমিকা পালন কৰিছে।

গুৱাহাটীত নিযুক্তিৰ বাবে ক্ষুদ্ৰ, অতি ক্ষুদ্ৰ আৰু মধ্যমীয়া উদ্যোগ প্ৰতিষ্ঠান মন্ত্ৰালয়ে এক চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ পূৰ্বে আবেদন জনাব পাৰে।

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

এপ্ৰেণ্টিচ

খালী পদ

২২টা।

শিক্ষাগত অৰ্হতা

চিবিল ইঞ্জিনীয়াৰিং/ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক। অথবা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনীয়াৰিঙৰ বি ই/ বি টেক। নাইবা আই টিৰ বি ই বা বি টেক। ইলেক্ট্ৰনিক্স ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক নতুবা বৈদ্যুতিক ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক।


দৰমহা

এম এছ এম ই ৰ নিয়ম অনুসৰি

চাকৰিৰ স্থান

গুৱাহাটী, অসম।

আবেদনৰ প্ৰক্ৰিয়া

মৌখিক সাক্ষাতকাৰ।

ৱেৱছাইট : msme.gov.in


আবেদনৰ প্ৰক্ৰিয়া :

প্ৰাৰ্থীসকলে তেওঁলোকৰ শিক্ষাগত অৰ্হতা আৰু মূল অভিজ্ঞতাসমৰ্থন কৰা নথিপত্ৰসহ Industrial Area, North Guwahati Road, Amingaon, Guwahati – 781031-ত মৌখিক সাক্ষাতকাৰত বহিবলৈ উপস্থিত হব পাৰে।


বাছনি প্ৰক্ৰিয়া: সাক্ষাতকাৰৰ ভিত্তিত।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি