Begin typing your search above and press return to search.

নাবাৰ্ডত জ্যেষ্ঠ কনচালটেণ্ট নিযুক্তি

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)-এ জ্যেষ্ঠ কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

নাবাৰ্ডত জ্যেষ্ঠ কনচালটেণ্ট নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Aug 2020 11:53 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ বি কম, চি এ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৩-০৯-২০২০।

বয়সৰ সীমাঃ ৫৫ বছৰতকৈ কম।

কাৰ্যালয়ৰ ঠিকনাঃ National Bank for Agriculture and Rural Development, New Delhi, Delhi 110016।

আবেদনৰ নিয়মঃ অহা তিনি ছেপ্টেম্বৰলৈকে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি