নাবাৰ্ডত বিভিন্ন শাখাৰ প্ৰৱন্ধকৰ পদ খালী

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক(নাবাৰ্ড)-এ নিম্নোক্ত প্ৰৱন্ধক পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নাবাৰ্ডত বিভিন্ন শাখাৰ প্ৰৱন্ধকৰ পদ খালী
Published on: 

পদসমূহঃ

১) প্ৰকল্প প্ৰৱন্ধক(এপ্লিকেচন মেনেজমেণ্ট)

খালী পদৰ সংখ্যাঃ ১টা।

২) ছিনিয়ৰ এনালিষ্ট (ইনফৰমেচন ছিকিউৰিটী অপাৰেচনছ)

খালী পদৰ সংখ্যাঃ ১টা।

৩) ছিনিয়ৰ এনালিষ্ট(নেটৱৰ্ক/SDWAN Operations)

খালী পদৰ সংখ্যাঃ ১টা।

৪) প্ৰকল্প প্ৰৱন্ধক (আই টি- infrastructure services)

খালী পদৰ সংখ্যাঃ ১টা।

৫) Analytics-cum-Chief Data Consultant

আবেদনৰ মাচুলঃ ৮০০টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০টকা।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব। আবেদন জনোৱাৰ বাবে www.nabard.org চাওক।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৩ আগষ্ট, ২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com