নগালেণ্ড বন ব্যৱস্থাপনা প্ৰকল্পই শেহতীয়াকৈ এটা হ্ৰস্বম্যাদী জিআইএছ বিশেষজ্ঞৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
পদৰ নাম -হ্ৰস্বম্যাদী জি.আই.এছ. বিশেষজ্ঞ।
খালী পদ-১ টা ।
বয়সসীমা-৫০ বছৰ।
দৰমহা -মাহিলী ৭৫,০০০/- টকা ।
চাকৰিৰ অৱস্থান- কোহিমা, নগালেণ্ড ।
আবেদনৰ অন্তিম তাৰিখ- ২৩ অক্টোবৰ, ২০২১
শিক্ষাগত অৰ্হতা- প্ৰাৰ্থীজনে (জি.ও.-ইনফৰ্মেটিক্স/আৰ.এছ. আৰু জি.আই.এছ.) মাষ্টাৰ্ছ/পি.জি. ডিপ্লোমা বা সমতুল্য কৰিব লাগিব।
কামৰ অভিজ্ঞতা: ফ্ৰেচাৰসকলে আবেদন কৰিব পাৰিব ।
আবেদনৰ প্ৰক্ৰিয়া-আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে ২৩ অক্টোবৰ ২০২১ তাৰিখে বা তাৰ আগতে "dypd.me-mis@nfmpjica.org" বা "om@nfmpjica.org"লৈ ইমেইলযোগে তেওঁলোকৰ চিভি দাখিল কৰিব লাগিব।
আৰু চাব পাৰেঃ আৰয়ান খানৰ গ্ৰেপ্তাৰক স্কুইড্ গেমছৰ সৈতে তুলনা টুইংকল খান্নাৰ