নগালেণ্ড বিশ্ববিদ্যালয়ত কাৰিকৰী সহায়কৰ পদখালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:
নগালেণ্ড বিশ্ববিদ্যালয়ত কাৰিকৰী সহায়কৰ পদখালী
Published on: 

নগালেণ্ড বিশ্ববিদ্যালয়ে  এটা কাৰিকৰী সহায়কৰ পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো তথ্য চাব পাৰে:

পদৰ নামঃ কাৰিকৰী সহায়ক ।

খালী পদ-১টা ।

নিযু্ক্তিৰ স্থানঃ- মেডজিফেমা, নাগালেণ্ড ।

দৰমহা ২১,৭০০/- টকা (প্ৰতি মাহে) ।

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ- ১৪/০৯/২০২১ ।

বয়সৰ সীমা উল্লেখ নাই ।

শিক্ষাগত অৰ্হতা- প্ৰাৰ্থীজনে বি.এছ.চি ডিগ্ৰীধাৰী হ'ব লাগিব। (কৃষি)।

আবেদন প্ৰক্ৰিয়া-আগ্ৰহী আৰু সকলো যোগ্যতাপূৰ্ণ প্ৰাৰ্থীয়ে ১৪ ছেপ্টেম্বৰ ২০২১ তাৰিখে বা তাৰ আগতে "নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, নাগালেণ্ড বিশ্ববিদ্যালয়"ত সমৰ্থনকাৰী নথিপত্ৰ আৰু শিক্ষাগত অৰ্হতাৰ এটা ছেট ফটোকপিৰ সৈতে তেওঁলোকৰ আৱেদন দাখিল কৰিব পাৰে। সংক্ষিপ্ত তালিকাভুক্ত প্ৰাৰ্থীসকলক সাক্ষাৎকাৰত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত আধাৰিত কৰি বাছনি কৰা হ'ব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com