Begin typing your search above and press return to search.

নগালেণ্ড বিশ্ববিদ্যালয় ইলেক্ট্ৰনিকছৰ অধ্যাপকৰ পদ খালী

ইচ্ছুক প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

নগালেণ্ড বিশ্ববিদ্যালয় ইলেক্ট্ৰনিকছৰ অধ্যাপকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2021-10-05T11:18:44+05:30

নগালেণ্ড বিশ্ববিদ্যালয়ে ইলেক্ট্ৰনিকছৰ অধ্যাপক খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম- ইলেক্ট্ৰনিক্সৰ অধ্যাপক।

খালী পদ- ১ টা ।

অৱস্থান -জুনহেবোটো, নগালেণ্ড ।

দৰমহা- ২০,০০০/-(প্ৰতি মাহে) ।

আবেদনৰ অন্তিম তাৰিখ- ০৮/১০/২০২১।

বয়সৰ সীমা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং/ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিংত বি.ই./বি.টেক সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে ৮ অক্টোবৰ ২০২১ তাৰিখে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত হ'ব লাগিব। "অফিচ চেম্বাৰ অফ দ্য ডিন, এনইউ-ছেট, ডি.চি কোৰ্ট জংচন, ডিমাপুৰ-৭৯৭১১২ত সকলো প্ৰমাণপত্ৰ আৰু নথিপত্ৰসহ উপস্থিত হ'ব লাগিব।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story