নগালেণ্ড বিশ্ববিদ্যালয় ইলেক্ট্ৰনিকছৰ অধ্যাপকৰ পদ খালী

ইচ্ছুক প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
নগালেণ্ড বিশ্ববিদ্যালয় ইলেক্ট্ৰনিকছৰ অধ্যাপকৰ পদ খালী
Published on

নগালেণ্ড বিশ্ববিদ্যালয়ে ইলেক্ট্ৰনিকছৰ অধ্যাপক খালীপদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম- ইলেক্ট্ৰনিক্সৰ অধ্যাপক।

খালী পদ- ১ টা ।

অৱস্থান -জুনহেবোটো, নগালেণ্ড ।

দৰমহা- ২০,০০০/-(প্ৰতি মাহে) ।

আবেদনৰ অন্তিম তাৰিখ- ০৮/১০/২০২১।

বয়সৰ সীমা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে ইলেক্ট্ৰনিকছ এণ্ড কমিউনিকেচন ইঞ্জিনিয়াৰিং/ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিংত বি.ই./বি.টেক সম্পূৰ্ণ কৰিব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে ৮ অক্টোবৰ ২০২১ তাৰিখে পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত হ'ব লাগিব। "অফিচ চেম্বাৰ অফ দ্য ডিন, এনইউ-ছেট, ডি.চি কোৰ্ট জংচন, ডিমাপুৰ-৭৯৭১১২ত সকলো প্ৰমাণপত্ৰ আৰু নথিপত্ৰসহ উপস্থিত হ'ব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com