অতিথি অধ্যাপক নিযুক্তিৰ বাবে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অতিথি অধ্যাপক নিযুক্তিৰ বাবে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আবেদন আহ্বান
Published on: 

নগালেণ্ড বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : অতিথি অধ্যাপক ( বিভিন্ন বিষয়ত)। 

খালী পদ সংখ্যা : ০৭টা

অৱস্থান : জুনহেবোটো, নাগালেণ্ড

দৰমহা : ২৫,০০০/- (প্ৰতি মাহে)।

আবেদন গ্ৰহণ অন্তিম তাৰিখ : ০৮ অক্টোবৰ ২০২১, ১৮ অক্টোবৰ ২০২১, ২০ অক্টোবৰ ২০২১ আৰু ২২ অক্টোবৰ ২০২১।

বয়স : কোনো সীমা নাই।

শিক্ষাগত অৰ্হতা :

• এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰাসংগিক বিষয়ত ৬০% নম্বৰ সহ পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

• Ph.D/M.PhiI/NET/SLET ডিগ্ৰীধাৰী প্ৰাৰ্থীসকলক প্ৰাধান্য দিয়া হ'ব।

বাছনি প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থীসকলক নিজৰ বায়ডাটা আৰু প্ৰয়োজনীয় নথি পত্ৰ (প্ৰকৃত) সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'বলৈ অনুৰোধ জনোৱা হ'ল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com