নগালেণ্ড বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ পদখালী

ইচ্ছুক প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:
নগালেণ্ড বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ পদখালী

নগালেণ্ড বিশ্ববিদ্যালয়ে অতিথি অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

পদৰ নাম- অতিথি অধ্যাপক ।

খালী পদ-১ টা ।

স্থান- জুনহেবোটো, নাগালেণ্ড ।

দৰমহা- ২৫,০০০/- (প্ৰতি মাহে) ।

আবেদনৰ অন্তিম তাৰিখ- ৩০/০৯/২০২১

বয়সৰ সীমা নাই ।

শিক্ষাগত অৰ্হতা-প্ৰাৰ্থীজনে নেট (নিম্নতম)ৰ সৈতে ভাষাবিজ্ঞানত M.A ডিগ্ৰীধাৰী হ'ব লাগিব ।

আবেদনৰ প্ৰক্ৰিয়া-ইচ্ছুক প্ৰাৰ্থীসকলে সকলো মূল প্ৰশংসাপত্ৰৰ সৈতে "ডিন, মানৱবিজ্ঞান আৰু শিক্ষা বিদ্যালয়, কোহিমা চৌহদ, মেৰিমা"ৰ কাৰ্যালয়ত দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ'বলগীয়া ৱাক-ইন-ইণ্টাৰভিউত উপস্থিত হ'ব লাগিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com