Begin typing your search above and press return to search.
নলবাৰীৰ ন্যায়পালিকাত মুখ্য প্ৰশাসনিক বিষয়া নিযুক্তি
নলবাৰীৰ জিলা আৰু সত্ৰ ন্যায়াধীশে মুখ্য প্ৰশাসনিক বিষয়া নিয়ুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা। গ্ৰেড পে ১৪,৫০০টকা।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক।
অন্যান্য অৰ্হতাঃ ন্যূনতম পাঁচ বছৰ একেৰাহে অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চিৰস্তাদাৰ বা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত প্ৰধান সহায়কৰূপে কাৰ্যনিৰ্বাহ কৰা হব লাগিব।
অহা ১৭ অক্টোবৰৰ ভিতৰত পোৱাকৈ আবেদন জমা দিব লাগিব। প্ৰাৰ্থীয়ে নিজা খৰচত বাছনি সমিতিৰ ওচৰত সাক্ষাতকাৰত অৱতীৰ্ণ হব লাগিব। সাক্ষাতকাৰৰ বিষয়ে নিৰ্দিষ্ট সময়ত প্ৰাৰ্থীক জনোৱা হব।
আৰু পঢ়িব পাৰেঃ এন বি টিত সম্পাদনা সহযোগীৰ পদখালী
Next Story