Begin typing your search above and press return to search.

নলবাৰী ন্যায়পালিকাত চতুৰ্থবৰ্গৰ পদত নিযুক্তি

নলবাৰী ন্যায়পালিকাত নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

নলবাৰী ন্যায়পালিকাত চতুৰ্থবৰ্গৰ পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Jun 2021 7:49 AM GMT

পদসমূহঃ

পিয়ন, খালী পদৰ সংখ্যাঃ ৬টা। ইয়াৰে চাৰিটা পদ অ-সংৰক্ষিত। দুটা অবিচি-এমঅবিচি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

দৰমহাঃ মাহিলী ১২ হেজাৰ টকাৰ পৰা ৩৭,৫০০টকা। লগতে ৩,৯০০টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। কিন্তু দ্বাদশ অথবা ততোধিক শ্ৰেণী উত্তীৰ্ণ আবেদনৰ বাবে অযোগ্য।

গাড়ীচালক, খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯,০০০ টকা। লগতে ৫,২০০টকাৰ গ্ৰেড পে।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব। কিন্তু দ্বাদশ অথবা ততোধিক শ্ৰেণী উত্তীৰ্ণ আবেদনৰ বাবে অযোগ্য। প্ৰাৰ্থীৰ লঘু বাহন বা চাৰিচকীয়া বাহনৰ গাড়ীচালকৰ ন্যূনতম পাঁচবছৰৰ অভিজ্ঞতা থাকিব লাগিব।

গাড়ীচালক(আকস্মিকতা ভিত্তিক), খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ১৫হেজাৰ টকা (স্থায়ী)।

বয়সৰ সীমাঃ ১৮ৰ পৰা ৩৮ বছৰ।

আবেদনৰ পদ্ধতিঃ অনলাইন বা অফলাইন।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০/০৬/২০২১।

নিযুক্তিৰ স্থানঃ নলবাৰী, অসম।

ই-মেইলঃ recruitment.dsjnalbari@gmail.com(আবেদন প্ৰেৰণৰ বাবে)

আবেদন জনোৱাৰ নিয়মঃ অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে এই বিজ্ঞাপনৰ ৱেবছাইটত থকা আবেদন পত্ৰ "Application Form" ডাউনলোড কৰিব পাৰিব। আবেদন পত্ৰ কেৱল নীলা বা ক'লা চিঁয়াহিৰে বৰফলা আখৰেৰে পূৰণ কৰিব লাগিব। নিৰ্দিষ্ট স্থানত শেহতীয়াকৈ তোলা একপি পাছপোৰ্ট ফটো লগাব লাগিব। আবেদনকাৰীৰ স্বাক্ষৰৰ বাবে থকা স্থানত স্বাক্ষৰ কৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি